Local, Vocal, Global

WATCH | Panchayat Election : ডিমৰীয়া সম জিলাৰ চাৰিখন জিলা পৰিষদৰ শান্তিপূৰ্ণভাৱে চলি আছে ভোট গ্ৰহণ

সোণাপুৰ,৭মে’ : আজি দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। ডিমৰীয়া সম জিলাৰ চাৰিখন জিলা পৰিষদৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

ডিমৰীয়াত মুঠ ভোটকেন্দ্ৰ ২০০টা । ১ লাখ ৪১ হাজাৰ ৯৮৪ ভোটাৰ সংখ্যা। মহিলাৰ ৭৩,০৮৬ ভোটাৰ সংখ্যা আনহাতে পুৰুষৰ ভোটাৰ সংখ্যা ৬৮,২৯১ আৰু তৃতীয় লিংগৰ ৭গৰাকী ভোটাৰ আছে(Panchayat Election)।

ভোট গ্ৰহণ প্ৰক্ৰিয়াত প্ৰায় ১৫০০ কৰ্মচাৰী নিযুক্তকৰা হৈছে বুলি প্ৰশাসনে জনাইছে । পুৰুষ ভোটাৰত কৈ মহিলা ভোটৰ অধিক। ৭.৩০ ৰ পৰা বিয়লি ৪.৩০ লৈ চলিব ভোট।

লগতে পঢ়ক : WATCH | Panchayat Election : ছিপাঝাৰৰ ৪ নং পথৰুঘাট-দুনী জিলা পৰিষদ সমষ্টিত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ চলি আছে ভোটদান