Local, Vocal, Global

WATCH | Panchayat Election : জাগীৰোডৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা লানি নিছিগা সোঁত

জাগীৰোড,৭মে’ : আজি ৰাজ্যত অনুস্থিত হৈছে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন(Panchayat Election)৷ মধ্য অসম আৰু নামনি অসমৰ জিলা সমূহত অনুস্থিত হৈছে পঞ্চায়ত নিৰ্বাচন ৷ জাগীৰোডৰ বিভিন্ন ভোট দান কেন্দ্ৰ সমূহত পঞ্চায়ত নিৰ্বাচনৰ ভোটদানৰ বাবে পুৱাৰে পৰা দেখা গ’ল ভোটাৰৰ লানি নিছিগা সোঁত ৷

লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাটত মকড্ৰিলৰ সন্দৰ্ভত জিলা আয়ুক্ত জয় শিবানীৰ মন্তব্য