WATCH | Panchayat Election : পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু প্ৰিজাইডিং,পোলিং বিষয়াসকল
অভয়াপুৰী,৬মে’ : ৭ মে’ ত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিকূল বতৰকো নেওচি বঙাইগাঁও জিলাৰ অভয়াপুৰীত প্ৰিজাইডিং ,পোলিং বিষয়া সমূহ নিজ নিজ ভোটকেন্দ্ৰলৈ যাৱলৈ সাজু হোৱা পৰিলক্ষিত হৈছে(Panchayat Election)।
অভয়াপুৰীস্থিত অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অভয়াপুৰী সমজিলাই স্থাপন কৰা ষ্ট্ৰংৰূমৰ পৰা বেলট বক্স ,বেলেট পেপাৰ লগতে যাৱতীয় সামগ্ৰী লৈ বিষয়া-কৰ্মচাৰী সকলে ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা দিছে।
লগতে পঢ়ক : WATCH | Heated situation : নামতোলাত ক্ৰমাৎ স্বাভাৱিক হৈছে পৰিস্থিতি