Local, Vocal, Global

WATCH | Panchayat Election: আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক,৪মে’ : ৫ খন জিলাৰ ৪৩টা ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ

২ মে’ত অনুস্থিত হৈছিল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

পঞ্চায়ত নির্বাচনত সংঘাত আৰু ব্যাপক খেলিমেলি

সেয়ে আজি পুনৰ ৪৩টা ভোটকেন্দ্রত ভোটগ্রহণ

পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে পুনৰ ভোটগ্রহণ প্রক্রিয়া(Panchayat Election)

হাইলাকান্দিত সর্বাধিক ৩১টা ভোটকেন্দ্রত ভোটগ্রহণ

শ্রীভূমিত ৮টা, লখিমপুৰত ২টা

গোলাঘাট আৰু মাজুলীত এটা ভোটকেন্দ্রত ভোটগ্রহণ

লগতে পঢ়ক : WATCH | Health Tips : আপোনাৰ শৰীৰত বগা দাগৰ সমস্যা আছে নেকি ?