WATCH | Panchayat Election : দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথোঁ দুদিন
আমিনগাঁও,৪মে’ : দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথোঁ দুদিন ।
অধিক আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ।
একেই পৰিৱেশ আমিনগাঁৱত ।
আমিনগাঁও কালিপাহাৰত মাদলৰ সুৰ।
জাতীয় সাজ পাৰ পিন্ধি নাচোনত মতলীয়া বড়ো মহিলা(Panchayat Election)।
৯০ নং লাচিত গড় গাওঁ পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ প্ৰাৰ্থী কবিতা বসুমতাৰীৰ কন্ঠত বড়ো গীত ।
গীতৰ তালে তালে নাচিলে এজাক বড়ো মহিলাই ।
ইফালে, পঞ্চায়ত খনৰ ২ নং ৱাৰ্ডটো আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ।
হাতত কাপ প্লেট লৈ নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থী বেবী দাসৰ ।
ঢাকৰ তালে তালে নাচোনত আত্মহাৰা সমৰ্থক।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত চোৰাং পেট্ৰ’ল-ডিজেলৰ ৰমৰমীয়া ব্যৱসায়