Local, Vocal, Global

WATCH | Panchayat Election : পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন

কলিয়াবৰ,৩০এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন৷ বিভিন্ন প্ৰান্তত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত৷ কলিয়াবৰৰ ১০ নং চিকনি পথাৰ ৱাৰ্ডৰ শ্ৰী মুকেশ চতনামিৰ ঘৰে ঘৰে প্ৰচাৰ।। পঞ্চায়ত প্ৰতিনিধিৰ মুখত কেৱল ঊন্নয়নৰ শ্লোগান দি প্ৰচাৰ অভিযান(Panchayat Election)।

লগতে পঢ়ক : WATCH | Panchayat Election 2025 : বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত ১ নং বহলপুৰ গাঁও পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ