Local, Vocal, Global

WATCH | Panchayat Election 2025 : অভয়াপুৰীত অগপ দলত যোগদান অৰ্ধশতাধিক লোকৰ

অভয়াপুৰী,১০এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষনত অভয়াপুৰীত অগপ দলত যোগদান অৰ্ধশতাধিক লোকৰ।

কুমাৰেশ ৰাভা , নৃপেন সুত্ৰধৰ,ভনিতা ৰাভা আৰু ৰশ্মিয়াৰা বেগমকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ অৰ্ধশতাধিক লোকে আজি অগপৰ অভয়াপুৰী কাৰ্যালয়ত অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ৰ উপস্থিতিত অগপ দলত যোগদান কৰে(Panchayat Election 2025)।

লগতে পঢ়ক : WATCH | Gossaigaon News : অনন্তকুটী এম ই স্কুলৰ প্ৰধান শিক্ষক ৰতিলাল সৰকাৰৰ তিনিগৰাকী সাংবাদিকৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ