Local, Vocal, Global

WATCH | Panchayat Election 2025 : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ

হাটশিঙিমাৰী,৯এপ্ৰিল : ৰাজ্যত অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ।

পঞ্চায়তৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে।

মানকাচৰৰ ফুলেৰচৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভিমাপাৰা গাওঁৰ ৩ নং ৱাৰ্ডৰ সদস্যা পদৰ প্ৰাৰ্থীৰ সাজু হৈছে মনোনয়নপত্ৰ দাখিলৰ বাবে(Panchayat Election 2025)।

মনোনয়ন পত্ৰ দাখিলৰ প্ৰাকক্ষনত সদস্যা পদৰ প্ৰাৰ্থী ছকিনা খাতুনৰ বাবে প্ৰায় ২ শতাধিক ৰাইজৰ উপস্থিতিত দোৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়।

দোৱা প্ৰাৰ্থনা কৰাৰ পাছতে সমৰ্থনকাৰীক লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যায় প্ৰাৰ্থী জনীয়ে।

লগতে পঢ়ক : WATCH | Agri Revolution : চৰাঞ্চলত আৰম্ভ হৈছে কৃষি বিপ্লৱ