Local, Vocal, Global

WATCH | Panchayat Election 2025 : ৰাজ্যত পঞ্চায়তে পঞ্চায়তে নিৰ্বাচনৰ ৰণডংকা

বিলাসীপাৰা,১৪এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন লৈ ৰাজ্যত পঞ্চায়তে পঞ্চায়তে নিৰ্বাচনৰ ৰণডংকা বতাহ বুলিছে।

বিভিন্ন ৰাজনৈতি দলে নিজৰ নিজৰ ভেটি শক্তিশালী কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

ব্যতিক্ৰম নহয় বিলাসীপাৰাৰ আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়ৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা(Panchayat Election 2025)।

পঞ্চয়ত খনৰ কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰাৰ্থী ৰঞ্জুমা খাতুনৰ ৰাইজৰ ব্যাপক সঁহাৰি।

বাঙালী পাৰাত আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্ক এখন সাধাৰণ সভাত কেইবা শতাধিক ৰাইজৰ সমাগম দেখিবলৈ পোৱা যায়।

পঞ্চয়ত খনৰ কংগ্ৰেছ আঞ্চলিক পঞ্চায়তৰ সদস্যা প্ৰাৰ্থী ৰঞ্জুমা খাতুন ব্যাপক সংখ্যাক ভোটত জয়লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

লগতে পঢ়ক : WATCH | Boko News : ঐতিহ্যমণ্ডিত বকোৰ শ্ৰী শ্ৰী মা পাৰ্বতী দেৱী থানত ভক্তৰ ভিৰ