Local, Vocal, Global

WATCH | Panchayat Election 2025 : ২ মে’ আৰু ৭ মে’ত ১৪ জিলাৰ চৰকাৰী,বেচৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা

নিউজ ডেস্ক,১২এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনক লৈ জৰুৰী নিৰ্দেশনা ।

২ মে’ আৰু ৭ মে’ত ১৪ জিলাৰ চৰকাৰী ,বেচৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা । বন্ধ থাকিব শিক্ষানুষ্ঠান, বেংক, ব্যৱসায়িক প্ৰতিষ্ঠান ।
ভোটগ্রহণৰ দিনা চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা(Panchayat Election 2025)।

২ মে’ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজী, লখিমপুৰ, শোণিতপুৰ
বিশ্বনাথ, কাচাৰ, হাইলাকান্দি, শ্রীভূমিত বন্ধ ঘোষণা ।

৭ মে’ত দ্বিতীয় পর্যায়ৰ নিৰ্বাচনৰ বাবে ১৩ জিলাত বন্ধ ঘোষণা। ৭ মে’ত ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁৱত বন্ধ ঘোষণা নগাঁও, মৰিগাঁৱ, দৰঙতো ৭ মে’ত বন্ধ ঘোষণা।

লগতে পঢ়ক : WATCH | Panchayat Election 2025 : বিশাল ৰেলী, সমদল কৰি বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত মনোনয়ন পত্র