WATCH | Panchayat Election 2025 : বিশাল ৰেলী, সমদল কৰি বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত মনোনয়ন পত্র
ছিপাঝাৰ,১২এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন।
হাজৰিকাপাৰা-কুঁৰুৱা আৰু দেওমৰনৈ-টেঙাবাৰী জিলা পৰিষদৰ বিজেপি মনোনীত প্ৰাৰ্থী পৰিস্মিতা নাথৰ আৰু হেমন্ত ডেকাৰ মনোনয়ন পত্ৰ দাখিল(Panchayat Election 2025)।
বিশাল ৰেলী, সমদল কৰি বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত মনোনয়ন পত্র দাখিল কৰে।