Local, Vocal, Global

WATCH | Panchayat Election 2025 : হাজোৰ তিনি নং পতনিৰ সদস্যা পদত নিৰ্দলীয় প্ৰাৰ্থী পাৰবিন চুলতানাৰ মনোনয়ন দাখিল

হাজো,১২এপ্ৰিল : সমাগমত পঞ্চায়ত নিৰ্বাচন।

হাজো-শুৱালকুচি বিধান সভা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনী যুজঁত নামি পৰা পৰিলক্ষিত হৈছে(Panchayat Election 2025)।

হাজোৰ তিনি নং পতনিত সদস্যা পদত নিৰ্দলীয় প্ৰাৰ্থী পাৰবিন চুলতানাৰ মনোনয়ন দাখিলৰ পিছৰে পৰাই উৎফুল্লিত হৈ পৰিছে ।

ইফালে সদস্যা পদত প্ৰাৰ্থীত্বৰ মনোনয়ন দাখিলৰ পিছত পতনিবাসী ভোটাৰ সকলৰ মাজত আনন্দ-উলাহ বিৰাজমান হোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : WATCH | Rangia News : মনোনয়ন দিবলৈ আহি প্ৰাৰ্থীয়ে পাহৰিলে পঞ্চায়ত আৰু বিত্ত মন্ত্ৰীৰ নাম