WATCH | Panchayat Election 2025: পঞ্চায়ত নির্বাচনক লৈ ডাঙৰ খবৰ
নিউজ ডেস্ক,২এপ্ৰিল : পঞ্চায়ত নির্বাচনক লৈ ডাঙৰ খবৰ
আজি ঘোষণা হ’ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন
সংবাদমেলযোগে নির্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন
সংবাদমেল সম্বোধন কৰিব ৰাজ্যিক মুখ্য নির্বাচনী আয়ুক্ত আলোক কুমাৰে
ব’হাগ বিহুৰ পিছতেই হ’ব পাৰে পঞ্চায়ত নির্বাচন(Panchayat Election 2025)
পঞ্চায়ত নির্বাচনক লৈ আহি গ’ল ডাঙৰ খবৰ
এইবাৰ পঞ্চায়ত নির্বাচনত থাকিব কেইবাটাও নতুন নির্দেশনা
কোনো ধৰণৰ দলীয় প্রার্থী নাথাকিব এইবাৰ পঞ্চায়ত নির্বাচনত
মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণাৰ পাছতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ যো-জা নির্বাচনী আয়োগৰ
পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটী বাতিলৰ সিদ্ধান্ত
পঞ্চায়ত নিৰ্বাচন শেষ নোহোৱা পর্যন্ত কোনো কৰ্মচাৰীয়ে নাপাব ছুটী
২৮ খন জিলালৈ নির্দেশনা জাৰি নিৰ্বাচনী আয়োগৰ
লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘বিজেপি চৰকাৰে এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ ওপৰত দাগ লগাব বিচাৰিছে’