Local, Vocal, Global

WATCH | Panchayat Election : ৮ নং ৱাৰ্ডৰ শ্ৰী চিল্পা তন্তবাইৰ নিৰ্বাচনী প্ৰচাৰ

কলিয়াবৰ,২৮এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন,ৰাজ্যৰ আকাশে বতাহে বলিছে নিৰ্বাচনী গৰম বতাহ, সমান্তৰালকৈ ৬৫ নং আমগুৰি গাওঁ পঞ্চায়ত ৮ নং ৱাৰ্ডৰ শ্ৰী চিল্পা তন্তবাইৰ নিৰ্বাচনী প্ৰচাৰ লৈ ব্যস্ত হোৱা দেখা যায়(Panchayat Election)।

লগতে পঢ়ক : WATCH | Biswanath News : বিশ্বনাথত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ উপস্থিত তুলিৰাম ৰংহাঙে