Local, Vocal, Global

WATCH | Panchayat Election: ৯নং জাপিয়া ৱাৰ্ডৰ প্ৰাৰ্থী মুকুল আহমেদৰ নিৰ্বাচনী লৈ প্ৰচাৰ

ৰঙিয়া,২৭এপ্ৰিল : ৰঙিয়াৰ ১নং শ্বহীদ গাওঁ পঞ্চায়তৰ ৯নং জাপিয়া ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী মুকুল আহমেদে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ চলাইছে ব্যাপক প্ৰস্তুতি। ৰাইজৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী ৰূপে নিৰ্বিচনী ৰণত অৱতীৰ্ণ হোৱা মুকুল আহমেদক চচমাৰ ছবিত ভোট দিয়াৰ আহ্বান প্ৰাৰ্থী গৰাকীৰ(Panchayat Election)।

লগতে পঢ়ক : WATCH | Rangia News : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত