WATCH| Pahalgam Terror Attack : পেহেলগামৰ উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনাক লৈ হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ আমছুৰ
হাটশিঙিমাৰী,২৪এপ্ৰিল : জম্মু কাশ্মীৰ পেহেলগামৰ উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনাকলৈ হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ আমছুৰ।
পাকিস্তান মুৰ্দাবাদ, ভাৰতত সন্ত্ৰাসবাদীৰ স্থান নাই, আদি শ্লোগানেৰে মানকাচৰৰ দিয়াৰত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে আমছুকৰ্মী সকলে ।
লগতে জম্মু কাশ্মীৰ পেহেলগামৰ উগ্ৰপন্থীৰ আক্ৰমণ কাণ্ডক তীব্ৰ গৰিহণা দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৰ সভাপতিৰ ফিৰোজ আল ফাৰুকৰ। আৰু
অনতি পলমে পাকিস্তানক প্ৰত্যুত্বৰ দিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক অনুৰোধ জনায়(Pahalgam Terror Attack)।
লগতে পঢ়ক : WATCH | Heavy Storm : নিশা চৰাইদেউ জিলাত ধুমুহাৰ তাণ্ডৱ