Local, Vocal, Global

WATCH | Heated situation: লুইতপৰীয়া মহাবিদ্যালয়ত ছাত্ৰৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা

নগৰবেৰা,২৭ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ লুইতপৰীয়া মহাবিদ্যালয়ত নিশা সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা ।