WATCH | Journalist Dilwar Hussain : ৰজা-মহাৰজাৰ দিনৰ দৰে চলিছে শাসন’। ‘মুখ্যমন্ত্ৰীয়ে যি কয় সেয়াই নিয়ম’
নিউজ ডেস্ক,২৯মাৰ্চ : ‘বিজেপি চৰকাৰ আতৰাবই লাগিব’ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজকে ৰজা বুলি ভাবে নেকি ?
‘ৰাজ্যত আইন প্ৰসাশন নোহোৱা হৈ পৰিছে’,’নাগৰিক হিচাপে থকাটো অপৰাধ হৈ পৰিছে আজিৰ সময়ত’। ‘অসম আৰক্ষীৰ কাণ্ডক লৈও আজি জনসাধাৰণ চিন্তিত হৈ পৰিছে ‘,’আৰক্ষীৰ কাৰবাৰ আজি ভাবিব নোৱাৰা তুলুঙা হৈ পৰিছে'(Journalist Dilwar Hussain)।
সাংবাদিক দিলোৱাৰ হুছেইন সন্দৰ্ভত সৰৱ হোৱা দেখা পোৱা গল হীৰেন গোহাঁই। সংবাদমেল পাতি হীৰেন গোহাঁই বিস্ফোৰক। ৰজা-মহাৰজাৰ দিনৰ দৰে চলিছে শাসন’। ‘মুখ্যমন্ত্ৰীয়ে যি কয় সেয়াই নিয়ম’। ‘গণতন্ত্ৰত এনেধৰণৰ কথা হোৱাটো দুৰ্ভাগ্যজনক’। দিলৱাৰ হুছেইন মজুমদাৰৰ মুক্তিৰ দাবীত হীৰেন গোহাঁইয়ে আৰু কি কলে শুনক…