Local, Vocal, Global

WATCH | Gossaigaon News : পাকিস্তানক সমৰ্থন কৰি আৰক্ষীৰ জালত ভাওঁৰাগুৰীৰ গাঁৱৰ যুৱক

গোসাইগাঁও,১৮মে’ : পুনৰ পাকিস্তানক সমৰ্থন কৰি আৰক্ষীৰ জালত ভাওঁৰাগুৰীৰ গাঁৱৰ ২২ বছৰীয়া যুৱক।

যুৱক জন ভাওঁৰাগুৰীৰ কুর্সাকাটী গাঁও ৰূপচান আলী বুলি জানিব পৰা গৈছে(Gossaigaon News)।

সামজিক মাধ্যমৰ জৰিয়তে পূর্ণ সমৰ্থনত কৰিছিল পাকিস্তানক ।

অৱশেষত আৰক্ষীৰ জালত ৰূপচান আলী।

লগতে পঢ়ক : WATCH | Elephant menace in Boko : বকোৰ গাধপুতাত বন্যহস্তীৰ তাণ্ডৱ