Local, Vocal, Global

Orang National Park to reopen for tourists on October 1 : ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ ।

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্রকল্প।

ৰাষ্ট্ৰীয় উদ্যানৰ পথসমূহ মেৰামতি কৰি জীপ চাফাৰীৰ উপযোগী কৰি তোলা হৈছে। সন্মুখ ভাগত ৰং কৰি নতুন ৰূপ দিয়া হৈছে(Orang National Park to reopen for tourists on October 1)।

দেশী- বিদেশী পৰ্যটকৰ থকা খোৱাৰ সুবিধাৰ্থে বন বিভাগে গ্ৰহণ কৰিছে ব্যৱস্থা।

লগতে পঢ়ক : Actor Mithun Chakraborty to get Dadasaheb Phalke Award :অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা