Operation against child marriage:নগৰবেৰাত বাল্য বিবাহ আৰু বে-আইনী স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
নগৰবেৰা,২২ডিচেম্বৰ : পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালৈ নগৰবেৰাত বাল্য বিবাহ আৰু বে-আইনী স্বামীৰ বিৰুদ্ধে আৰক্ষীয়ে চলায় অভিযান । অভিযানত ইজনৰ পিছত সিজন গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে(Operation against child marriage) ।
আৰক্ষীয়ে অভিযান চলাই পলাহৰটাৰীৰ নুৰ আলম হক,ভখুৰাদিয়াৰ মুজাম্মেল হক আৰু খামেৰী গাঁওৰ আফিল উদ্দিনক গ্ৰেপ্তাৰ কৰে৷
আনহাতে বৰপেটাৰ আলোপতিচৰ আৰক্ষীয়ে নিশা সুখোৱাৰঝাৰত অভিযান চলাই শশুৱেক ময়নাল হক আৰু জোৱাৱেক ৰাশ্বিদুল ইছলামক গ্ৰেপ্তাৰ কৰে৷
লগতে পঢ়ক :Road accident in Kaliabor:নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা তলত পৰিল ট্ৰাক