Local, Vocal, Global

WATCH | ONLINE TRADING SCAM : স্বপ্ননীলৰ ট্ৰেডিং কেলেংকাৰী পোহৰলৈ অনা আশ্ৰাফুলক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,১মাৰ্চ: স্বপ্ননীলৰ ট্ৰেডিং কেলেংকাৰী পোহৰলৈ অনা আশ্ৰাফুলক গ্ৰেপ্তাৰ

এইজন আশ্রফুল হকক আপোনাৰ মনত আছেনে ?

এসময়ত ট্রেডিং কেলেংকাৰিৰ বিৰুদ্ধে গোচৰ তৰিছিল আশ্রফুল হকে(ONLINE TRADING SCAM)

এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ আশ্ৰাফুলক

কেমেৰা দেখি মুখ লুকুৱালে আশ্ৰাফুলে

লগতে পঢ়ক :Watch | Satya Ranjan Bora stopped his speech at the sound of the Azan: আজানৰ মাতত নিজৰ ভাষন বন্ধ কৰিলে সত্যৰঞ্জন বৰাই