Local, Vocal, Global

WATCH | One Women Arrested With Drugs : ডবকা আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী

ডবকা,৯মাৰ্চ : ডবকা আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী ।

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীক ।

আৰক্ষীয়ে আটক কৰা মহিলাগৰাকী কামপুৰৰ মুশিদা বেগম বুলি জানিব পৰা গৈছে ।

পুৰ্বেও মুশিদা ড্ৰাগছ সৰবৰাহ কৰি জেললৈ গৈছিল(One Women Arrested With Drugs)।

আজি ডবকাৰ টোলগেটৰ ওচৰত এখন চুইফ্ বাহনৰে ড্ৰাগছ লৈ আহিছিল মহিলাগৰাকীয়ে ।

বাহনখনৰ পৰা নামি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীক ।

ইপিনে চুইফ বাহনখন পলায়ন কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :WATCH | Sonari News: সোণাৰিত নিয়াৰ প্ৰতিষ্ঠা দিৱস পালন