One person killed after being hit by an Ambulance : ভাৰতীয় সেনাৰ এম্বুলেন্সৰ খুন্দাত নিহত এজন

জামুগুৰিহাট, ১৮ ফেব্ৰুৱাৰী : শোকাৱহ দুৰ্ঘটনা । ভাৰতীয় সেনাৰ গাড়ীৰ খুন্দাত থিতাতে নিহত এজন(One person killed after being hit by an Ambulance) ।
শোণিতপুৰৰ ভালুকপংত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ভাৰতীয় সেনাৰ গাড়ীৰ খুন্দাত নিহত হয় এজন । নিহত হোৱা লোকজনৰ নাম ৰাজ কুমাৰ ৰাভা বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, দেওবাৰে ভাৰতীয় সেনাৰ 447 ইউনিটৰ তিব্ৰবেগী এম্বুলেন্সৰ খুন্দাত নিহত হয় যুৱকজন। দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সখনৰ নম্বৰ i8k011577A ।
ইতিমধ্য়ে দুৰ্ঘটনা সংঘটিত কৰা এম্বুলেন্সখন আৰক্ষীয়ে জব্দ কৰে আৰু চাৰিদুৱাৰ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত(Tragic Road Accident)।
লগতে পঢ়ক :Speeding Train Collides With Alto Vehicle : চলন্ত ৰে’লে মহতিয়াই নিলে এল্ট বাহন; থিতাতে নিহত চালক