WATCH | One killed in wild Elephant attack: বকোত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
বকো,১৭এপ্ৰিল : বকোত হাতী-মানুহৰ সংঘাত।
হাহিমৰ মৌচৱাত বন্যহস্তীৰ আক্ৰমণত এজন নিহত(One killed in wild Elephant attack)।
নিহত লোকজন কুমদ ৰাভা বুলি জানিব পৰা গৈছে ।
মৃত কুমুদ ৰাভাৰ ঘৰ কঠাল কুচিত।
হাতী খেদি খেদি গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা।
লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়াত অসম গৰীয়া পৰিষদৰ প্ৰশংসনীয় প্ৰদক্ষেপ