Local, Vocal, Global

One Killed In Road Accident: তীব্ৰবেগী বাইকৰ খুন্দাত নিহত কিশোৰ

নিউজ ডেস্ক,২৮মাৰ্চ : এক মৰ্মান্তিক দুৰ্ঘটনা । নিহত এজন, আহত এজন(One Killed In Road Accident) ।

জুৰীয়াৰ দ’ গাঁৱত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী বাইকৰ খুন্দাত নিহত হয় কিশোৰ। নিহত কিশোৰজন ইলিয়িছ আহমেদ(One Killed In Road Accident In Nagaon, Another Injured)।

আনহাতে,এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন । আহত লোকজনক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আহত লোকজনক শ্বাফিৰ উদ্দিন বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : Six Naxalites killed in encounter with security personnel : ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ মাওবাদীৰ,নিহত ৬ মাওবাদী