WATCH | One death due to electrocution : লামডিংত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী ৪৫ বছৰীয়া ব্যক্তিৰ
লামডিং,২৭মে’ : লামডিংত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।
লামডিংত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী ৪৫ বছৰীয়া ব্যক্তিৰ ।
মৃত্যু হোৱা ব্যক্তি গৰাকী বাপন দাস বুলি জানিব পৰা গৈছে(One death due to electrocution)।
ব্যক্তি গৰাকীৰ ঘৰ উত্তৰ লামডিং ঝুলণপুল বুলি জানিব পৰা গৈছে ।
এটা মন্দিৰৰ বিদ্যুৎ সংযোগ কৰিবলৈ গৈ ব্যক্তি গৰাকীৰ বিদ্যুৎস্পৃষ্ট হৈ আকস্মিক ভাৱে মৃত্যু হয় ।
ব্যক্তিগৰাকীৰ মৃত্যু অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক : WATCH | Rangia News : অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ৰঙিয়া