Olympic medalist Lovlina Borgohain all set to enter boxing ring today : আজি বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই

নিউজ ডেস্ক,৩১জুলাই : আজি বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই । অলিম্পিকত ৭৫ কিলো শাখাত প্ৰথমবাৰলৈ অৱতীৰ্ণ হ’ব লাভলীনা । নৰৱে’ৰ সুনিভা হফষ্টেডৰ বিৰুদ্ধে যুঁজত নামিব লাভলীনা। মহিলাৰ ৭৫ কেজি শাখাত ৰিঙত নামিব লাভলীনা। বিয়লি ৩.৫০ বজাত অনুষ্ঠিত হ’ব লাভলীনা আৰু সুনিভাৰ মাজত প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেল(Olympic medalist Lovlina Borgohain all set to enter boxing ring today)।
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত লাভলীনাই পৰৱৰ্তী অলিম্পিক অৰ্থাৎ পেৰিছ অলিম্পিকত স্বৰ্ণপদকৰ লক্ষ্যৰে যুঁজিব বুলি উল্লেখ কৰিছিল। সমগ্ৰ দেশবাসীয়ে এতিয়া অতি আগ্ৰহেৰে অপেক্ষা কৰিছে লাভলীনাৰ খেললৈ। লাভলীনালৈ অলেখ শুভকামনা।
লগতে পঢ়ক : IAS Preeti Sudan appointed new UPSC chairperson : কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি