Local, Vocal, Global

কাম কৰি দিয়াৰ বিনিময়ত ধন লোৱাৰ সময়তে বিলাসীপাৰাত বিষয়াক গ্ৰেপ্তাৰ

নিউজ ডেস্ক : পুনৰ আন এগৰাকী গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই৷ নামনিৰ ধুবুৰী জিলাত আজি এগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই৷ এগৰাকী লোকক কাম কৰি দিয়াৰ বিনিময়ত ধন লোকৰ সময়তে হাতে-লোটে ধৰে দুৰ্নীতি নিবাৰক শাখাই৷ বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক মাহাবুব মোল্লাক গ্ৰেপ্তাৰ।