Local, Vocal, Global

NPPA revises ceiling prices of 8 drugs :পুনৰ জনসাধাৰণক মাধমাৰ! পুনৰ বৃদ্ধি হ’ব জীৱনদায়িনী ঔষধৰ দাম

নিউজ ডেস্ক,১৫অক্টোবৰ : পুনৰ বৃদ্ধি হ’ব জীৱনদায়িনী ঔষধৰ দাম। এইবাৰ বৃদ্ধি পাব ১১বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম । দাম বৃদ্ধি হ’ব পাৰে ৫০ শতাংশ পৰ্যন্ত।

জানিব পৰা মতে, হাঁপানী, গ্ল’ক’মা, থেলাছেমিয়া, যক্ষ্মাৰ লগতে মানসিক ৰোগৰ ঔষধৰো দাম বৃদ্ধি পাব(NPPA revises ceiling prices of 8 drugs)।

‘ইনপুট’ ব্যয় বৃদ্ধি আৰু কিছুমান নিৰ্মাতাই যোগান বন্ধ কৰাৰ ভাবুকি দিয়াৰ বাবে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই ঔষধৰ দাম নিয়ন্ত্ৰণ আদেশৰ ১৯ নং অনুচ্ছেদৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে পঢ়ক : Nobel Prize 2024: ৰয়েল চুইডিছ একাডেমী অব্ চাইন্সেছে ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা