Notorious fraudster lands in police net: দিছপুৰৰ আৰক্ষীৰ জালত কুখ্যাত প্ৰৱঞ্চক

নিউজ ডেস্ক,১১ফেব্ৰুৱাৰী : দিছপুৰৰ আৰক্ষীৰ জালত কুখ্যাত প্ৰৱঞ্চক।
ধৃত প্ৰৱঞ্চকটোক সৌন্দৰ্য যোগী(Notorious fraudster lands in police net in Guwahati)।
গাড়ী ভাড়াত লৈ বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সৌন্দৰ্য যোগী।
এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ সম্পৰ্কীয় বুলি পৰিচয় দি চলাই গৈছিল প্ৰৱঞ্চনাৰ জাল।
দিছপুৰ আৰক্ষীয়ে পাঞ্জাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে সৌন্দৰ্য যোগীক।
লগতে পঢ়ক:Mahakumbh Mela: প্ৰয়াগৰাজৰ মহাকুম্ভলৈ গৈ নিখোজ শিলচৰৰ যুৱক