Local, Vocal, Global

WATCH | North Guwahati News : উত্তৰ গুৱাহাটীত হাতত পাণ বঁটা লৈ ভোটাৰৰ ঘৰে ঘৰে প্ৰাৰ্থীৰ মাৰাথন প্ৰচাৰ অভিযান

উত্তৰ গুৱাহাটী,২৮এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন ।

অহা ২ আৰু ৭ মে’ত পঞ্চায়ত নিৰ্বাচনৰ বাবে হ’ব ভোট গ্ৰহণ ।

তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ।

মুখ্যমন্ত্ৰীকে ধৰি ৰাজনৈতিক দলসমূহৰ মাজত দেখা গৈছে সীমাহীন ব্যস্ততা ।

আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ(North Guwahati)।

বিভিন্ন কৌশল লৈ ভোটাৰৰ কাষ চাপিছে পঞ্চায়ত প্ৰাৰ্থীসকল ।

উত্তৰ গুৱাহাটীত হাতত পাণ বঁটা লৈ ভোটাৰৰ ঘৰে ঘৰে প্ৰাৰ্থীৰ মাৰাথন প্ৰচাৰ অভিযান ।

উৰুলি,বিয়া নাম গাই প্ৰচাৰ অভিযানত নামিছে উত্তৰ গুৱাহাটী ৰূদ্ৰেশ্বৰ গাওঁ পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ প্ৰাৰ্থী নিৰুপমা বেজবৰুৱা ।

সভা সমিতিৰ বিপৰীতে সমৰ্থকক লগত লৈ ঘৰে ঘৰে অভিযান নিৰুপমা বেজবৰুৱাৰ ।

লগতে পঢ়ক : WATCH | Panchayat Election : ৰঙিয়া জয়ন্তীপুৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ইকৰামুদ্দিন আহমেদৰ নিৰ্বাচনী প্ৰচাৰ