Local, Vocal, Global

WATCH | North Guwahati News : উত্তৰ গুৱাহাটী নৱ নিৰ্মিত দলঙত অঘটন

উত্তৰ গুৱাহাটী,৮এপ্ৰিল : উত্তৰ গুৱাহাটী নৱ নিৰ্মিত দলঙত অঘটন ।

দলঙৰ তলত যুৱকৰ মৃতদেহ উদ্ধাৰ ।

উদ্ধাৰ হোৱা যুৱকজন মাজগাঁৱৰ হৃতিকেশ হাজৰিকা (২২) ।

ৱেলডিঙৰ কাম কৰিছিল হৃতিকেশে(North Guwahati News)।

দেওবাৰে দিনৰ ১২ বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন ।

বৃক্ক ৰোগত আক্ৰান্ত আছিল যুৱকজন ।

আৰ্থিক দৈন্যতাৰ বাবে মানসিকস্থিৰতা হেৰুৱাই আত্মজাহ দিয়াৰ সন্দেহ পৰিয়ালৰ ।

পৰিয়ালৰ উপাৰ্জনক্ষম যুৱকজন কৰ্মহীন হৈ বহু দিনৰ পৰা মানসিকভাবে দুৰ্বল হৈ পৰিছিল।

দেওবাৰে দিনৰ ১২ বজাত দলঙৰ তলৰ জাহাজৰ পৰা নদীত জাপ দিয়ে যুৱকজনে ।

নিখোজ যুৱকজনৰ মৃতদেহ আজি SDRF উদ্ধাৰ কৰে।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়া জয়ন্তীপুৰত এলকেমী স্কুল অৱ মিউজিক নামৰ সংগীত বিদ্যালয়ৰ শুভাৰম্ভণি