North Guwahati News:উত্তৰ গুৱাহাটী ফুলুং চাপৰিত সমূহীয়া সৰিয়হ তোলা পৰ্ব

উত্তৰ গুৱাহাটী,১৬ফেব্ৰুৱাৰী : উত্তৰ গুৱাহাটী ফুলুং চাপৰিত সমূহীয়া সৰিয়হ তোলা পৰ্ব ।
প্ৰায় তিনি শ পুৰুষ – মহিলা ই একেলগে অংশ ল’লে সমূহীয়া সৰিয়হ তোলা
পৰ্বত(North Guwahati News)।
আনন্দত বিভোৰ উত্তৰ গুৱাহাটী ৰংমহল আঠগাৱৰ ১০০ টা পৰিয়ালৰ প্ৰতিজন সদস্য ।
গীত গাই আনন্দ প্ৰকাশ কৃষি প্ৰেমী ৰাইজৰ ।
ব্ৰহ্মপুত্ৰৰ পাৰৰ ফুলুং চাপৰিত এক নষ্টালজিক পৰিবেশ ।
কৃষি বিপ্লৱৰ জৰিয়তে থলুৱা লোকে দেখুৱাইছে আদৰ্শ ।
পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে একত্ৰিত হ’ল ৰংমহল আঠগাৱৰ ৰাইজ ।
ফুলুং চাপৰিৰ ৬০ বিঘা মাটিত সৰিয়হ খেতি কৰিছিল আঠগাৱৰ ৰাইজে ।
এতিয়া সৰিয়হ চপাবলৈ হোৱাত এনেদৰে একত্ৰিত হ’ল গাওবাসী ।
লগতে পঢ়ক: Husband brutally kills wife: স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক