Local, Vocal, Global

WATCH | Nitish Kumar : মুছলমানকৰ প্ৰতাৰণা কৰিলে নেকি নীতিশ-নাইডুৱে?

নিউজ ডেস্ক,৪এপ্ৰিল : মুছলমানকৰ প্ৰতাৰণা কৰিলে নেকি নীতিশ-নাইডুৱে?

মোদীৰ কোলাত বহি মুছলজমানক প্ৰতাৰণা কৰিলে নীতিশ-নাইডুৱে?

ৰাজপথৰ সমান্তৰালকৈ আইনী যুঁজো অব্যাহত ৰাখিব মুছলমানে(Nitish Kumar)

এই মন্তব্য AIMIM ৰ নেতা ইমতিয়াছ জলিলৰ।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল