Local, Vocal, Global

NITI Aayog meeting in Delhi today : আজি নতুন দিল্লীত NITI আয়োগৰ বৈঠক

নিউজ ডেস্ক,২৭জুলাই : আজি নতুন দিল্লীত NITI আয়োগৰ বৈঠক। বৈঠকত অংশ নলয় INDI মৰ্চাৰ অধিকাংশ দলৰ মুখ্যমন্ত্ৰীসকলে।

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠক( NITI Aayog meeting in Delhi today)।

কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বৰ্জন কৰিছে এই বৈঠক।

বৈঠকত অংশ নলয় পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে।

লগতে পঢ়ক : Jammu Kashmir Encounter: উত্তপ্ত জম্মু-কাশ্মীৰ ! পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত কঁপি উঠিল কাশ্মীৰ উপত্যকা