Local, Vocal, Global

New Vice Chancellor appointed in Gauhati University : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি

নিউজ ডেস্ক,২৮জুলাই : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি। ড০ ননীগোপাল মহন্ত হ’ব বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী উপাচাৰ্য।

প্ৰতাপ সন্দিকৈৰ স্থানত ড০ ননীগোপাল মহন্তক নিযুক্তি। গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ মহন্ত(New Vice Chancellor appointed in Gauhati University)।

ইয়াৰ পূৰ্বে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ননী গোপাল মহন্তই।

লগতে পঢ়ক : Assam woman stabbed to death in Delhi : ৰাজধানী দিল্লীত অসমৰ যুৱতীক নৃশংসভাৱে হত্যা