WATCH | New SOP for dumper and truck : ডাম্পাৰ আৰু ট্রাকৰ চলাচলত আহি গ’ল নতুন SOP
নিউজ ডেস্ক,২৬ফেব্ৰুৱাৰী : ডাম্পাৰ, ট্রাক চলাচল, গধুৰ যানবাহন চলাচলকলৈ আহি গ’ল কঠোৰ নিৰ্দেশনা।
দুৰ্ঘটনা ৰোধ কৰিবলৈ জিলা প্রশাসনে লৈছে কঠোৰ ব্যৱস্থা।
নিয়ম ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা।
ডাম্পাৰ আৰু ট্রাকৰ চলাচলত আহি গ’ল নতুন SOP(New SOP for dumper and truck)।
পুৱা ৭ৰ পৰা ১০ আৰু বিয়লি ২ৰ পৰা ৩ বজালৈ চলাব নোৱাৰিব ডাম্পাৰ আৰু ট্রাক ।
ভুল দিশেৰে আৰু তীব্রগতিত চলাব নোৱাৰিব বাহন।
সুৰা সেৱন কৰি বাহন চলালেই পৰিব বিপদত।
বিদ্যালয়ৰ সময়ত কোনো চালকে চলাব নোৱাৰিব ডাম্পাৰ, ট্ৰাক।
পার্কিং কৰিব নোৱাৰিব ৰাষ্ট্ৰীয় ঘাইপথৰ ধাবা, ৰেষ্টুৰেন্ট আৰু পেট্ৰ’ল পাম্পৰ সন্মুখত।
ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰোতে সাৱধান।
লগতে পঢ়ক :WATCH | Partbatjhara News: পৰ্বতঝোৰাৰ শিলভান শিৱমন্দিৰ উদ্ধোধন মুন মুন ব্ৰহ্মৰ