Local, Vocal, Global

New BJP govt to be sworn in on Oct 17 : ১৭ অক্টোবৰত হাৰিয়ানাৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান

নেশ্যনেল ডেস্ক,১৩অক্টোবৰ : ১৭ অক্টোবৰত হাৰিয়ানাৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান(New BJP govt to be sworn in on Oct 17)।

পুনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব নায়ব সিং চৈনীয়ে(Swearing-in ceremony of Nayab Singh government in Haryana on October 17)।

১৭ অক্টোবৰৰ পুৱা ১০ বজাত হ’ব এই কাৰ্যসূচী।

শপতগ্ৰহণ অনুষ্ঠান উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বিজেপি নেতৃত্ব। উপস্থিত থাকিব বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল।

লগতে পঢ়ক :Assam MLA Manab Deka’s Brother Allegedly Dies by Suicide : বিধায়ক মানৱ ডেকাৰ ভাতৃৰ চৰম সিদ্ধান্ত