Local, Vocal, Global

WATCH | NEMSU News : “মিঞাই লুঙী পিন্ধে বুলি ঠাট্টা নকৰিব”

নিউজ ডেস্ক,২২এপ্ৰিল : “মিঞাই লুঙী পিন্ধে বুলি নাহাঁহিব, পৰিৱেশ ভয়াবহ হ’ব।”

“বিজেপিৰ মন্ত্ৰী-বিধায়কে কেৱল সভাত গামোচা লয়, মিঞাই লুঙী পিন্ধি ২৪ ঘণ্টাই মূৰত গামোচা লৈ সংস্কৃতি ৰক্ষা কৰিছে(NEMSU News)।

বিজেপিক সকিয়নী নেমছুৰ

লগতে পঢ়ক : WATCH | Guwahati Flooded After Heavy Rain : এজাক বৰষুণত ডুবিল মহানগৰীৰ আভিজাত্য