Local, Vocal, Global

Neeraj Chopra’s javelin throw final in Paris Olympics :আজি পেৰিছ অলিম্পিকত স্বৰ্ণ দখলৰ লক্ষ্যৰে নামিব গল্ডেন বয় নীৰজ চোপ্ৰা

নিউজ ডেস্ক,৮আগষ্ট : আজি পেৰিছ অলিম্পিকত স্বৰ্ণ দখলৰ লক্ষ্যৰে নামিব গল্ডেন বয় নীৰজ চোপ্ৰা । ভাৰতৰ হৈ দ্বিতীয়টো অলিম্পিক স্বৰ্ণ জয়ৰ দিশে নীৰজ। অভিলেখ গঢ়ি পেৰিছ অলিম্পিকৰ ফাইনেললৈ নীৰজ(Neeraj Chopra’s javelin throw final in Paris Olympics) ।

কোৱালিফিকেছন ৰাউণ্ডত প্ৰথম প্ৰয়াসতে ৮৯.৩৪ মিটাৰ জেভলিন দলিয়াই বি গ্ৰুপৰ প্ৰথম স্থানত থাকি ফাইনেলত প্ৰৱেশ কৰিছে টকিঅ’ অলিম্পিক স্বৰ্ণজয়ী খেলুৱৈগৰাকীয়ে।ইয়াৰ বিপৰীতে ৮০.৭৩ মিটাৰৰ সৰ্বশ্ৰেষ্ঠ দূৰত্বৰে এ গ্ৰুপৰ নৱম আৰু সামগ্ৰিকভাৱে বাছনিৰ অষ্টাদশ স্থানত থাকি অলিম্পিক অভিযান সামৰিলে কিশোৰ জেনাই(India’s hopes for gold rest on Neeraj Chopra who looks to retain his crown today)।

নীৰজ চোপ্ৰা অৱতীৰ্ণ হ’ব জেভলিন থ্ৰ’ৰ ফাইনেলত।আজি নিশা ১১.৫৫ বজাত অনুষ্ঠিত হ’ব ফাইনেল খেলখন।

লগতে পঢ়ক : Vinesh Phogat retires a day after disqualification from Paris Olympics : পেৰিছ অলিম্পিকৰ ফাইনেলত অযোগ্য ঘোষণাৰ পাছতে মল্লযোঁজৰ পৰা বিদায় ল’লে ভিনেশ ফোগাটে