WATCH | India’s first ATM on train launched : ৰে’লযাত্ৰীৰ বাবে আহিল ভাল খবৰ

নিউজ ডেস্ক,১৭এপ্ৰিল : ৰে’লযাত্ৰীৰ বাবে আহিল ভাল খবৰ
ৰে’ল যাত্ৰীৰ বাবে ভাল খবৰ
এতিয়াৰে পৰা ভাৰতীয় ৰে’ল সেৱাত সংযোজিত হ’ল ATM সেৱা
এতিয়াৰে পৰা ৰে’লত থাকিব ATM সেৱা(India’s first ATM on train launched)
ৰে’লত যাত্ৰাৰ কৰি থকা সময়তো উলিয়াব পাৰিব ধন
কিয়নো ৰে’লত এ টি এম (ATM)স্থাপন কৰা হৈছে
প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে’লত সংস্থাপিত ATM
পঞ্চৱতী এক্সপ্রেছত ATM সংস্থাপন
প্রথমাৱস্থাত ATM স্থাপন মহাৰাষ্ট্ৰৰ মনমাৰৰ পৰা মুম্বাইলৈ যাত্ৰা কৰা ৰে’লখনত
এক্সপ্ৰেছখনৰ এয়াৰ কণ্ডিচনাৰ কম্পার্টমেন্টত স্থাপন কৰা হৈছে ATM
লগতে পঢ়ক : WATCH | Bhupen Borah : ‘মোৰ কৰ্মী হিয়া ঢাকুৰি কান্দি আছে’