Local, Vocal, Global

Nayab Singh Saini To Take Oath Today : আজি হাৰিয়ানাত নতুন চৰকাৰৰ শপত গ্ৰহণ

নিউজ ডেস্ক,১৭অক্টোবৰ : আজি হাৰিয়ানাত নতুন চৰকাৰৰ শপত গ্ৰহণ। পুনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব নায়ব সিং ছৈনীয়ে।

আজি দিনৰ ১১ বজাত হ’ব শপত গ্ৰহণ ল’ব নায়ব সিং ছৈনীয়ে। মুখ্যমন্ত্ৰীসহ ১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা(Nayab Singh Saini To Take Oath Today)।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।উপস্থিত থাকিব বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল। পঞ্চকুলাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আহিব বিজেপিৰ প্ৰায়সকল জ্যেষ্ঠ নেতা।

লগতে পঢ়ক :Congress appoints Gaurav Gogoi as AICC senior coordinators : সাংসদ গৌৰৱ গগৈক ঝৰখণ্ডৰ নিৰ্বাচনৰ বাবে AICC ৰ জ্যেষ্ঠ সমণ্বয়কৰ দায়িত্ব