Local, Vocal, Global

Watch | National Science Day celebration: শ্বহীদ সুনন্দ শালৈ মধ্য ইংৰাজী বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

গুৱাহাটী: ৰঙিয়া কোঠৰা শ্বহীদ সুনন্দ শালৈ মধ্য ইংৰাজী বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন। উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে নিজেই প্ৰস্তুত কৰি উলিওৱা বিজ্ঞানৰ আৰ্হি সমূহ খুব সন্দৰকৈ প্ৰদৰ্শিত কৰাৰ লগতে আৰ্হি সমূহৰ ওপৰত জ্ঞান দি যায় অভিভাৱক সকলক। অতিকৈ ভিতৰুৱা অঞ্চলৰ এই বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভাই যথেষ্ট আপ্লুত কৰি তোলে সকলোকে।

আনহাতে বিদ্যালয় খনৰ গৃহ নিৰ্মানৰ বাবদ চৰকাৰৰ ফালৰ কিছু পৰিমানে ধন লাভ কৰিছে যদিও সেই ধন পৰ্য্যাপ্ত নহয় গতিকে বিদ্যালয় খনৰ জৰজীৰ্ণ গৃহ সমূহ পুনৰ নিৰ্মানৰ বাবদ চৰকাৰৰ ফালৰ আৰ্থিক ভাৱে সহায় বিচাৰিছে বিদ্যালয় কতৃপক্ষই।