Local, Vocal, Global

WATCH | Nalbari News :পুৱাৰে পৰাই নলবাৰীত এক্সন মুডত প্ৰশাসন

নলবাৰী,৩০জুন : পুৱাৰে পৰাই নলবাৰীত এক্সন মুডত প্ৰশাসন। সংখ্যালঘূ হোৱা বাবেহে বাকৰিকুছিৰ ৪৫২ বিঘা ভূমিত চলিছে উচ্ছেদ।

স্থানীয় ৰাইজৰ অভিযোগ ৪৫২ বিঘা মাটিত উচ্ছেদ চলোৱা বুলি ক’লেও সংখ্যালঘূ অধ্যুষিত অঞ্চলৰ কেৱলমাত্ৰ ৮২ বিঘাৰ ৯৩ টা পৰিয়ালৰ ভূমিতহে চলিছে উচ্ছেদ।
৯৩ টা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰো লাগিছে হাহাকাৰ। ৩০-৪০ বছৰ ধৰি বাস কৰা পৰিয়ালসমূহে পাইছে চৰকাৰী আঁচনিকে ধৰি অন্যান্য সা-সুবিধা(Nalbari News)।

এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপন চৰকাৰী ধন অপচয় কৰি কাৰ নিৰ্দেশত দিয়া হৈছিল চৰকাৰী আঁচনিসমূহ।

লগতে পঢ়ক : WATCH | Mushalpur News : বাক্সাৰ লাফাকুছিত গণ সুৰক্ষা পাৰ্টীৰ সভা