WATCH | Nalbari News : বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়াৰ পিচতেই নলবাৰীত হাহাকাৰ
নলবাৰী,১০জুন : বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়াৰ পিচতেই নলবাৰীৰ বৰক্ষেত্ৰীত হাহাকাৰ।
বুলডজাৰ চলোৱাৰ আগতে নিজে নিজে বাসগৃহবোৰ ভাঙি নিছে নিৰাপদ স্থানলৈ(Nalbari New)।
উচ্ছেদ অভিযান চলিবলগীয়া ৪৫২ বিঘা ভূমিত আছে ৯৩ টা পৰিয়াল। ‘বুলড’জাৰ আমাৰ ওপৰৰে চলিব দিম, কিন্তু আমি ইয়াৰ পৰা নাযাওঁ। আমি ৩০ বছৰ ধৰি ইয়াত আছো।’
কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনালে নলবাৰীৰ উচ্ছেদিতই। বাকৰিকুছিৰ ৪৫২ বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু প্ৰশাসন।
লগতে পঢ়ক :WATCH | Dilip Saikia : শিৱসাগৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া