WATCH | Nalbari News : এগৰাকী শিক্ষকৰ জীৱনৰ কৰুণ গাঁথা
নলবাৰী,২৬মে’ : এগৰাকী শিক্ষকৰ জীৱনৰ কৰুণ গাঁথা।
নলবাৰী জিলাৰ জাগাৰা সত্ৰ চুবুৰীৰ সনাতন দাস(৭২) নামৰ শিক্ষকগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত। আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে শিক্ষকজন(Nalbari News)।
বিষ্ণুজ্যোতি এম ই স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে অবৈতনিকভাৱে ১৯৮১ চনৰ পৰা সেৱা আগবঢ়াই অহা শিক্ষকজনে ১৯৮৯ চনত ১১০০ টকা লাভ কৰিছিল।
২০১৪ চনত অৱসৰ গ্ৰহণ কৰা শিক্ষকজন বৰ্তমান আৰ্থিক সংকটত ভুগিছে।
লগতে পঢ়ক : WATCH | Dalgaon News : অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছুৰ তীব্ৰ প্ৰতিবাদ