WATCH | Nalbari News : জাগাৰা ভৰালীৰ পথ নিৰ্মানত দুৰ্নীতি
নলবাৰী,২১মে’ : জাগাৰা ভৰালীৰ পথ নিৰ্মানত দুৰ্নীতি।
সভাপতি অজিত বৈশ্যই পথ নিৰ্মান নামত কেৱল শিল বালি ছটিয়াই টকা আত্মসাৎ কৰাৰ অভিযোগ।
নলবাৰী জিলাৰ পূৰ্বৰ ধৰ্মপুৰ সমষ্টি আৰু বৰ্তমান বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জাগাৰা-ভৰালী চুবুৰীৰ পথ মেৰামতিৰ নামত দুৰ্নীতি(Nalbari News)।
২০২২-২৩ বিত্তীয় আয়োগৰ অধীনত আনটাইড ফাণ্ডৰ দ্বিতীয় কিস্তিৰ পুঁজিৰ ১,০৩,৭৫০ টকা।কিন্তু সভাপতি অজিত বৈশ্যই ১৫-২০ হেজাৰ টকাৰ শিল বালি ছটিয়াই বাকী সমুদায় টকা আত্মসাৎ কৰাৰ অভিযোগ।