WATCH | Nalbari News : আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন
নলবাৰী,৫মে’ : আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন।
পঞ্চায়ত নিৰ্বাচন নহয় যেন বিধানসভাৰহে নিৰ্বাচন। বৰক্ষেত্ৰীত ঢোল খোল বজাই বেং পাৰ্টীলৈ নাচি-বাগি ব্যাপক প্ৰচাৰ প্ৰাৰ্থীৰ।
৫৩ নং জয়সাগৰ-কেকানকুছি গাঁও পঞ্চায়তৰ ৫ নং ওৱার্ড, ১নং আৰু ২নং কেকানকুছিত সদস্য পদৰ নিৰ্দলীয় প্রার্থী শুক্লেশ্বৰ দাসৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তর্গত ৫৩ নং জয়সাগৰ-কেকানকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা (কাউঞ্চিলাৰ)পদৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্রার্থী চুমী ৰাজবংশীক লগত লৈ চলাইছে প্ৰচাৰ(Nalbari News)।
লগতে পঢ়ক : WATCH | Husband Killed His Wife : লোমহৰ্ষক হত্যাকাণ্ড! লাঠিৰে মৰিয়াই মৰিয়াই হত্যা পত্নীক