Nalbari News: “শ্ৰী শ্ৰী বাৰগোপাল মন্দিৰ”ৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
নলবাৰী,৯ফেব্ৰুৱাৰী : নলবাৰী জিলাৰ নপ্তিপাৰাস্থিত “শ্ৰী শ্ৰী বাৰগোপাল মন্দিৰ”ৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু হোমযজ্ঞ মহোৎসৱক লৈ উখল- মাখল পৰিৱেশ।
মন্দিৰ প্ৰতিষ্ঠা দিৱসত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ চাকি বন্তি প্ৰজ্বলন, ভাগৱত লৈ ধৰ্মীয় শোভাযাত্ৰা উলিয়াই(Nalbari News)।
হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটা অনুষ্ঠানটিত দিনজোৰা ভাগৱত পাঠৰ আয়োজন কৰা হয়।
লগতে পঢ়ক :Ali Ai Ligang : আলি আ:য়ে লৃগাং সন্দৰ্ভত মিচিং বাঃনৌঃ কৌবাংৰ গোগামুখত সংবাদ মেল